5 আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী; যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, 1:5 যো 8:14; 18:37; 1 তী 6:13 অৰ্থাৎ মৃত সকলৰ মাজৰ1:5 1 কৰি 15:20; কল 1:18 প্ৰথমজাত আৰু পৃথিৱীৰ ৰজা সকলৰ অধিপতি, 1:5 প্ৰ 17:14; 19:16 সেই জন যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক,