7 চাওক, তেওঁ মেঘৰ সৈতে আহিছে;1:7 মথি 24:30; 26:64
আটাই চকুৱে তেওঁক দেখিব,
যি সকলে তেওঁক বিন্ধিলে, 1:7 জখ 12:10 তেওঁলোকেও তেওঁক দেখিব;
আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব;
হয়, আমেন।