3 তাতে কোনো শাও নহ’ব। সেই নগৰত ঈশ্বৰ আৰু সেই মেৰ-পোৱালিৰ সিংহাসন থাকিব আৰু তেওঁৰ দাস সকলে তেওঁক সেৱা কৰিব৷ 4 তেওঁলোকে তেওঁৰ মুখ দেখা পাব;22:4 মথি 5:8; 1 যো 3:2৷ আৰু তেওঁলোকৰ কপালত তেওঁৰ নাম লিখা থাকিব।
Publicidade
প্ৰকাশিত বাক্য 22
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.