8 মই, যোহনেই এইবোৰ কথা শুনিলোঁ আৰু এই সকলো দেখিলোঁ; যেতিয়া মই এনে শুনি-দেখি সেই দূত জনক যি জনে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলো। 9 তেতিয়া তেওঁ মোক ক’লে, "সাৱধান, এনে নকৰিবা!22:9 পাঁ 10:25, 26; প্ৰ 19:10৷ মইয়ো তোমাৰ সহদাস আৰু তোমাৰ ভাই ভাববাদী সকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোঁতা সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা।"
Publicidade
প্ৰকাশিত বাক্য 22
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.