9 মই দেখিলোঁ যে,
সেই ঠাইত সিংহাসনবোৰ স্থাপন কৰা হৈছিল,
আৰু প্রাচীন কালে তেওঁ7:9 ঈশ্বৰৰৰ আসনত বহিলে;
তেওঁৰ বস্ত্ৰ হিমৰ দৰে বগা আছিল,
আৰু তেওঁৰ মুৰৰ চুলি বিশুদ্ধ ঊণৰ দৰে আছিল;
তেওঁৰ সিংহাসন অগ্নিশিখাৰ আছিল,
আৰু তাৰ চক্ৰবোৰ জলন্ত জুইৰ আছিল।

+581 estão orando agora.
Junte-se à corrente de oração.