6 হে অবুজ, বুদ্ধিহীন জাতি,
এইৰূপেই তোমালোকে যিহোৱাৰ পৰিশোধ কৰানে?
তেওঁ জানো তোমালোকৰ পিতৃ আৰু স্রজনকর্তা নহয়?
তেৱেঁই তোমালোকক স্ৰজন কৰি জাতিৰূপে স্থাপন কৰিলে।
6 হে অবুজ, বুদ্ধিহীন জাতি,
এইৰূপেই তোমালোকে যিহোৱাৰ পৰিশোধ কৰানে?
তেওঁ জানো তোমালোকৰ পিতৃ আৰু স্রজনকর্তা নহয়?
তেৱেঁই তোমালোকক স্ৰজন কৰি জাতিৰূপে স্থাপন কৰিলে।