2 "তোমালোকে নিজৰ পিতৃ-মাতৃক সন্মান কৰা"6:2 যাত্ৰা 20:12, 2 বিৱৰণ 5:16 এয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা। 3 তেতিয়াহে তোমালোকৰ কল্যাণ হব আৰু পৃথিৱীত দীৰ্ঘায়ুলৈ জীৱিত থাকিবা।"6:3 যাত্ৰা 20:12, 2বি 5:16