17 তেতিয়া মোচিৰ শহুৰেকে মোচিক ক’লে, "তুমি যি কাৰ্য কৰি আছা সেই কাৰ্য বৰ ভাল নহয়। 18 এই দায়িত্ব তোমাৰ বাবে ভাৰস্বৰূপ হৈছে, সেয়ে তুমি অকলে বহন কৰিব নোৱাৰিবা। এইদৰে কৰিলে তুমি আৰু তোমাৰ ওচৰলৈ অহা লোকসকল নিশ্চয় ভাগৰি পৰিব।
Publicidade
যাত্ৰাপুস্তক 18
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.