6 যি জনৰ অস্তিত্ব ঈশ্বৰ-ৰূপী2:6 কল 1:15; ইব্ৰী 1:3 আছিল৷
তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে৷
7 বৰং নিজকে শূণ্য কৰিলে৷
আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে৷
তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ’ল৷
আৰু তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হ’ল৷

+581 estão orando agora.
Junte-se à corrente de oração.