প্রথম দিন
1 আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। 2 পৃথিবীৰ আকাৰ নাছিল আৰু সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মা1:2 ঈশ্বৰৰ শক্তি বা ঈশ্বৰৰ পৰা অহা বতাহই সেই জল1:2 ধুমুহা আৰু বিশাল সমূদ্ৰ ৰ ওপৰত উমাই আছিল।

+581 estão orando agora.
Junte-se à corrente de oração.