18 সেইদিনা যিহোৱাই অব্ৰামে সৈতে এটি এইবুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, "মিচৰৰ নদী15:18 সীমাৰ পৰাৰ পৰা মহানদী ইউফ্রেটিচ15:18 ইউফ্রেটিচ ফৰাৎ পর্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলোঁ। 19 তাৰ মাজত থাকিব কেনীয়া, কনিজ্জীয়া, কদমোনীয়া, 20 হিত্তীয়া, পৰিজ্জীয়া, ৰফায়ীয়া, 21 ইমোৰীয়া, কনানীয়া, গিৰ্গাচীয়া, আৰু যিবুচীয়া।"
Publicidade
আদিপুস্তক 15
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.