কয়িন আৰু হেবলৰ বিৱৰণ
1 মানুহে তেওঁৰ ভাৰ্যা হৱাৰ সৈতে একেলগ হোৱাত তেওঁ গৰ্ভৱতী হৈ কয়িনক প্ৰসৱ কৰিলে। তেতিয়া হৱাই ক’লে, "যিহোৱাৰ সহায়ত মই এটি পুত্র সন্তান পালোঁ।"