9 যিহূদা যুবা সিংহ; হে মোৰ
বোপা, তুমি পশু ছিৰি
পেলোৱাৰ পৰা উঠি আহিলা।
সি সিংহৰ দৰে পৰি শুইছে,
এনে কি, শক্তিশালী সিংহ49:9 সিংহিনীৰ দৰেৰ দৰে
শুইছে; কোনে তাক জগাব?
10 চীলো নহালৈকে49:10 চীলো নহালৈকে সেইসকলৰ বাবে অংশভুক্ত হৈ থাকিম যিহূদাৰ
পৰা ৰাজদণ্ড নাযাব, আৰু
তাৰ ভৰি দুখনৰ মাজৰ
পৰা বিচাৰদণ্ড নুগুচিব;
লোক সমূহ সেই জনাৰ
আজ্ঞাধীন হ’ব।