37 কিয়নো অলপতে আহিব লগা জন আহিব ধৰিছে, পলম নকৰিব। 38 কিন্তু মোৰ ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব; কিন্তু যদি হুঁহকি যায়, তেনেহলে মোৰ প্ৰাণ সেই জনত সন্তুষ্ট নহ’ব10:38 হবক্কুক 2:3-4। 39 কিন্তু যিবোৰে সৰ্ব্বনাশলৈ হুঁহকি যায়, আমি তেওঁলোকৰ মাজৰ নহওঁ; আমি জীৱাত্মাৰ ৰক্ষা লাভ কৰিবৰ বাবে বিশ্বাস কৰা সকলৰ মাজৰহে হৈছোঁ।
Publicidade
ইব্ৰীসকলৰ প্ৰতি পত্ৰ 10
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.