Pular para o conteúdo
Publicidade

যিচয়া 40:3,8

3 এটা মাতে চিঞৰিছে,

মৰুপ্রান্তৰত যিহোৱাৰ পথ যুগুত কৰা,

আমাৰ ঈশ্বৰৰ বাবে মৰুভূমিত এটি পোন ৰাজপথ তৈয়াৰ কৰা।"

8 ঘাঁহ শুকাই যায়, ফুল জয় পৰে, কিন্তু আমাৰ ঈশ্বৰৰ বাক্য অনন্ত কাললৈকে থাকে।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.