Pular para o conteúdo
Publicidade

যিচয়া 6:3,5

3 প্রতিজনে আন জনক মাতি ক’লে,

"পবিত্ৰ, পবিত্ৰ, পবিত্ৰ, বাহিনীসকলৰ যিহোৱা! সমগ্র পৃথিৱী তেওঁৰ মহিমাৰে পৰিপূৰ্ণ।"

5 মই তেতিয়া কলোঁ,

মোৰ সন্তাপ হওক! কিয়নো মই দণ্ডপ্রাপ্ত হৈছোঁ, কাৰণ মই অশুচি ওঠৰ মানুহ,

আৰু মই অশুচি ওঁঠৰ মানুহৰ মাজত বাস কৰিছোঁ;

কাৰণ মই নিজৰ চকুৰে ৰজা, যিহোৱা, বাহিনীসকলৰ যিহোৱাক দেখিছোঁ।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.