28 তাৰ পাছতে
মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম,
তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব।
তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব,
আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব।
29 আৰু দাস-দাসীসকলৰ ওপৰতো
সেই কালত মোৰ আত্মা বাকি দিম।