37 তেতিয়া পীলাতে তেওঁক ক’লে, "তেনেহলে তুমি ৰজা নে?" যীচুৱে উত্তৰ দিলে, "মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে��"
Publicidade