10 তেতিয়া পীলাতে তেওঁক ক’লে, "তুমি মোক একো কথা নোকোৱা নে? তোমাক যে এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তোমাক ক্রুচত দিবলৈকো মোৰ ক্ষমতা আছে, ইয়াক তুমি নাজানা নেকি?" 11 যীচুৱে তেওঁক উত্তৰ দিলে, "ওপৰৰ পৰা ক্ষমতা নিদিয়া হ’লে, মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহ’লহেঁতেন; এই কাৰণে, যি জনে তোমাৰ হাতত মোক শোধাই দিলে; তেওঁৰেই পাপ গুৰুতৰ।"
Publicidade
যোহনে লিখা শুভবাৰ্তা 19
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.