মৰিয়মে ঈশ্বৰৰ প্রশংসা কৰা
46 তেতিয়া মৰিয়মে ক’লে,
"মোৰ প্ৰাণে প্ৰভুৰ মহিমা বর্ণাইছে,
47 মোৰ আত্মাই মোৰ ত্ৰাণকর্তা ঈশ্বৰত উল্লাস কৰে।
46 তেতিয়া মৰিয়মে ক’লে,
"মোৰ প্ৰাণে প্ৰভুৰ মহিমা বর্ণাইছে,
47 মোৰ আত্মাই মোৰ ত্ৰাণকর্তা ঈশ্বৰত উল্লাস কৰে।
+581 estão orando agora.
Junte-se à corrente de oração.