59 তাৰ পাছত আঠ দিনৰ দিনা তেওঁলোকে শিশুটিক লৈ চুন্নৎ কৰিবলৈ আহিল আৰু সকলোৱে বাপেকৰ নাম অনুসাৰে শিশুৰ নাম জখৰিয়া থব খুজিছিল; 60 কিন্তু মাকে উত্তৰ দি ক’লে, "নহয় ইয়াৰ নাম যোহন হব।" 61 তেতিয়া তেওঁলোকে এলীচাবেতক ক’লে, "তোমাৰ বংশৰ মাজত এই নাম কাৰো নাই।" 62 পাছত তেওঁলোকে সংকেত দি ল’ৰাৰ বাপেকৰ পৰা জানিব বিচাৰিলে যে, তেওঁ কি নাম দিব ইচ্ছা কৰে। 63 তেতিয়া তেওঁ ফলি খুজি তাত লিখিলে, "ইয়াৰ নাম ‘যোহন’।" তাতে সকলোৱে বিস্ময় মানিলে। 64 তেতিয়াই জখৰিয়াৰ মুখ আৰু জিভাৰ বান্ধ মুকলি হৈ গ’ল আৰু তেওঁ ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।
Publicidade
লূকে লিখা শুভবার্তা 1
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.