35 পাছত যীচুৱে তেওঁলোকক ক’লে, "মই যেতিয়া বিনা ধন, পাদুকা, মোনা আৰু জোলোঙাৰে, তোমালোকক পঠিয়াইছিলো, তেতিয়া তোমালোকৰ কোনো বস্তুৰ অভাৱ হৈছিল নে?" তেওঁলোকে ক’লে, "কোনো অভাৱ হোৱা নাছিল।"