28 পাছত তেওঁ ঘৰৰ ভিতৰত প্ৰৱেশ কৰোঁতে তেওঁৰ শিষ্য সকলে গুপুতে তেওঁক সুধিলে, "আমি সেই আত্মাটোক কিয় খেদাব নোৱাৰিলোঁ?" 29 তাতে তেওঁ তেওঁলোকক ক’লে, "প্ৰাৰ্থনাৰ অবিহনে আন কোনো উপায়েৰে এইবিধক খেদাব নোৱাৰি।"
Publicidade