19 লোক সকলে যেতিয়া তোমালোকক শোধাই দিব, তেতিয়া কেনেকৈ, কি কথা ক’ব লাগে, সেই বিষয় লৈ চিন্তা নকৰিবা; কিয়নো তেতিয়া যি কথা ক’ব লাগে, সেই বিষয়বোৰ সেই মুহূৰ্ত্ততে তোমালোকক দিয়া হ’ব। 20 কিয়নো সেই কথা তোমালোকে নহয়, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে10:20 যো. 15:2610:20 পিতৃৰ আত্মা - পবিত্র আত্মা, ঈশ্বৰক বুজাইছে। তোমালোকৰ ভিতৰৰ পৰা কব।10:20 লূক 12:12, পাঁ. 4:8, 6:10,
Publicidade