ভূতে পোৱা এজন লোকক সুস্থ কৰা; ফৰীচী সকলে যীচুক নিন্দা কৰা আৰু ক্ষমা নোহোৱা পাপ
22 সেই সময়ত মানুহ কিছুমানে ভূতে পোৱা মানুহ এজনক যীচুৰ ওচৰলৈ লৈ আহিল। মানুহ জন অন্ধ আৰু বোবা আছিল। যীচুৱে তেওঁক সুস্থ কৰাত সেই বোবাই কথা ক’লে আৰু দৃষ্টিও পালে।

+581 estão orando agora.
Junte-se à corrente de oração.