Pular para o conteúdo
Publicidade

মথিয়ে লিখা শুভবাৰ্তা 14:25-27

25 শেষ নিশা যীচু সাগৰৰ ওপৰত খোজকাঢ়ি শিষ্য সকলৰ ওচৰলৈ আহি আছিল। 26 শিষ্য সকলে যীচুক সাগৰৰ ওপৰত খোজকাঢ়ি আহি থকা দেখি ভীষণভাৱে ভয় খাই "ভূত, ভূত" বুলি চিঞৰিবলৈ ধৰিলে। 27 যীচুৱে তেতিয়াই তেওঁলোকক ক’লে, "এয়া মইহে; ভয় নকৰিবা, সাহসী হোৱা।"

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.