21 তেতিয়া পিতৰে যীচুৰ ওচৰলৈ আহি তেওঁক ক’লে, "হে প্ৰভু, মোৰ ভায়ে মোৰ অহিতে কিমান বাৰ পাপ কৰিলে মই তেওঁক ক্ষমা কৰিম? সাত বাৰলৈকে নে?"