15 কিন্তু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁ কৰা আচৰিত কৰ্মবোৰ দেখি আৰু যেতিয়া ল’ৰাবোৰে মন্দিৰত চিঞৰি "জয়! জয়! দায়ুদৰ বংশৰ সন্তান", বুলি কোৱা শুনিলে, তেতিয়া তেওঁলোক ক্ষোভিত হ’ল৷ 16 তেতিয়া তেওঁলোকে যীচুক ক’লে, "লোক সকলে কি কৈছে তুমি শুনিছা নে?" যীচুৱে তেওঁলোকক ক’লে, "হয়! আপোনালোকে কেতিয়াও পঢ়া নাই নে, ‘তুমি শিশু আৰু কেচুৱাবোৰৰ মুখৰ পৰা স্তুতি সস্পূৰ্ণ কৰিলা’?"
Publicidade
মথিয়ে লিখা শুভবাৰ্তা 21
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.