Pular para o conteúdo
Publicidade

মথিয়ে লিখা শুভবাৰ্তা 22:34-40

প্ৰধান আজ্ঞাৰ বিষয়ে প্ৰশ্ন

34 যেতিয়া ফৰীচী সকলে শুনিলে যে, যীচুৱে চদ্দূকী সকলক নিৰুত্তৰ কৰিছে, তেতিয়া তেওঁলোক একগোট হ’ল; 35 তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে- 36 "হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান?"

37 যীচুৱে তেওঁক ক’লে, "‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷’ 38 এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা। 39 এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’। 40 এই দুটা22:40 ৰো. 13:8, 10 আজ্ঞাই গোটেই22:40 গালা. 5:14 বিধান আৰু ভাৱবাদী সকলৰ কথাক নির্ভৰ কৰে।"

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.