37 যীচুৱে তেওঁক ক’লে, "‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷’ 38 এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা। 39 এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।
Publicidade
মথিয়ে লিখা শুভবাৰ্তা 22
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.