9 সেই কালত ক্লেশভোগ কৰিবলৈ মানুহবোৰে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব৷ মোৰ নামৰ কাৰণে তোমালোকে সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হ’বা। 10 তেতিয়া অনেকে বিশ্বাসত বিঘিনি পাব, ইজনে সিজনক শত্ৰুৰ হাতত শোধাই দিব আৰু ইজনে সিজনক ঘিণ কৰিব। 11 বহুতো মিছা-কোৱা ভাববাদী ওলাই অনেকক ভুলাব৷
Publicidade
মথিয়ে লিখা শুভবাৰ্তা 24
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.