যীচুৰ পৰীক্ষা
1 তাৰ পাছত চয়তানে যেন যীচুক পৰীক্ষা কৰিব পাৰে, সেয়ে 4:1 আত্মা- পবিত্র আত্মা ঈশ্বৰ অর্থাৎ স্বয়ং ঈশ্বৰপবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ লৈ গ’ল। 2 তাত চল্লিশ দিন আৰু চল্লিশ ৰাতি উপবাসে থকাৰ পাছত যীচুৰ ভোক লাগিল।