3 আত্মাত দৰিদ্ৰ সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য
তেওঁলোকৰ।
4 শোক কৰা সকল ধন্য; কিয়নো তেওঁলোকে
সান্ত্বনা পাব।
5 নম্ৰ সকল ধন্য; কিয়নো তেওঁলোকে দেশ খন
অধিকাৰ কৰিব।
3 আত্মাত দৰিদ্ৰ সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য
তেওঁলোকৰ।
4 শোক কৰা সকল ধন্য; কিয়নো তেওঁলোকে
সান্ত্বনা পাব।
5 নম্ৰ সকল ধন্য; কিয়নো তেওঁলোকে দেশ খন
অধিকাৰ কৰিব।