দুই ধৰণৰ লোকৰ বিষয়ে যীচুৰ শিক্ষা
24 সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।

+581 estão orando agora.
Junte-se à corrente de oração.