26 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, "অল্পবিশ্বাসীৰ দল! তোমালোকে কিয় ইমান ভয় খাইছা?" পাছত তেওঁ উঠি, বতাহ আৰু সাগৰক ডবিয়ালে; তেতিয়া সকলোবোৰ অতি শান্ত হ’ল। 27 ইয়াকে দেখি লোক সকলে বিস্ময় মানিলে আৰু ক’লে, "এওঁ কেনে ধৰণৰ মানুহ যে বতাহ আৰু সাগৰেও এওঁৰ কথা মানে।"
Publicidade
Publicidade