10 ইয়াৰ পাছত যীচুৱে মথিৰ ঘৰত ভোজন কৰিবলৈ বহিল। তাত 9:10 কৰ সংগ্রহকাৰী: ইহুদী সকলৰ পৰা কৰ তুলিবলৈ নিযুক্ত ৰোমৰ চৰকাৰী কর্মচাৰী। ইহুদী সকলে তেওঁলোকক বিশ্বাসঘাতক আৰু পাপী বুলি ঘৃণা কৰিছিল।কৰ সংগ্রহকৰী আৰু পাপী লোক সকল আহি যীচু আৰু তেওঁৰ শিষ্য সকলৰ লগত ভোজনত বহিল। 11 ফৰীচী সকলে ইয়াকে দেখি যীচুৰ শিষ্য সকলক সুধিলে, "তোমালোকৰ গুৰুৱে কৰ সংগ্রহকৰী আৰু ‘পাপী লোক’9:11 ফৰীচী সকলৰ দৃষ্টিত যি সকল পাপী, যেনে- ব্যভিচাৰী, পাতকী অাদি৷ সকলৰ সৈতে কিয় ভোজন কৰে?"
Publicidade
মথিয়ে লিখা শুভবাৰ্তা 9:10,11
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.