20 সেই সময়তে এগৰাকী মহিলাই পাছফালৰ পৰা যীচুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে; সেই মহিলা গৰাকী বাৰ বছৰ ধৰি ৰক্তস্রাৱ9:20 মহিলা সকলৰ প্ৰসাৱৰ দ্বাৰেৰে তেজ যোৱা ৰোগ৷ ৰোগত ভুগি আছিল। 21 তেওঁ মনে মনে ভাৱিছিল, "যদি মই যীচুৰ কাপোৰ খনকে অকল চুব পাৰোঁ, তেনেহলেও মই ভাল হৈ যাম।" 22 যীচুৱে মুখ ঘূৰাই তেওঁক দেখি ক’লে, "ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে।" সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল।
Publicidade
মথিয়ে লিখা শুভবাৰ্তা 9
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.