10 versículos para enviar para a pessoa amada
Enviar versículos bíblicos para a pessoa amada é uma maneira especial de expressar amor, fé, compaixão e comprometimento. A Palavra de Deus fortalece os relacionamentos e oferece conforto e esperança em tempos de alegria e de dificuldade.
Em 1 Coríntios 13:4-7, Paulo nos ensina sobre o amor: "O amor é paciente, o amor é bondoso; não inveja, não se vangloria, não se orgulha."
A seguir, veja uma lista com 10 versículos bíblicos perfeitos para compartilhar com a pessoa amada.
Versículos
1. 1 Coríntios 13:4-7
প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়, ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে�� ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে, প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।
##
2. Cantares de Salomão 8:6-7
মোহৰ মাৰাৰ দৰে তুমি
মোক তোমাৰ হৃদয়ত, আৰু
তোমাৰ বাহুত ৰাখা;
কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী,
কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ;
এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়,
ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত।
জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে,
আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে;
যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে,
সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব।
যুৱতীৰ ককায়েকসকলৰ কথা;
3. Efésios 5:25
হে পুৰুষ সকল, খ্ৰীষ্টে ষেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰক;
4. 1 João 4:7
হে প্ৰিয় লোকসকল আহক, আমি পৰস্পৰে প্ৰেম কৰোঁহক; কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়�� যি কোনোৱে প্ৰেম কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে।
5. Colossenses 3:14
এই সকলোৰে ওপৰত প্ৰেমত থাকক; ই সৰ্ব্বসিদ্ধিৰ বান্ধনি।
6. Provérbios 17:17
বন্ধু সকলো সময়তে প্রিয় হয়;
আৰু ভায়েকৰ দুৰ্দ্দশাৰ দিনৰ বাবে জন্ম হয়।
7. Romanos 12:10
ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক��
8. 1 Pedro 4:8
বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে।
9. Filipenses 1:9
আৰু মই প্ৰাৰ্থনা কৰি আছোঁ যাতে আপোনালোকে প্ৰেম, জ্ঞান আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে��
10. João 15:12
এই মোৰ আজ্ঞা, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।
Tenha um relacionamento em Deus!
A Palavra de Deus é um recurso precioso para expressar amor e encorajamento à pessoa amada. Compartilhe esses versículos para fortalecer o seu relacionamento e espalhar a luz de Cristo no seu caminhar junto a quem você ama.
Deus abençoe!