8 সেই চাৰি প্ৰাণীৰ প্ৰত্যেকৰ ছয় খনকৈ ডেউকা আৰু সেই প্ৰাণীবোৰৰ বাহিৰে ভিতৰে চকুৰেই পৰিপূৰ্ণ আছিল�� তেওঁলোকে অবিৰাম দিনে-ৰাতিয়ে এই বুলি কৈ থাকে,
‘পবিত্ৰ, পবিত্ৰ, পবিত্ৰ4:8 যিচ 6:3
প্ৰভু পৰমেশ্বৰ, সকলোৰে ওপৰত শাসনকৰ্তা,
যি জন আছিল, এতিয়াও আছে আৰু আহিবলগীয়া জন��’