4 তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত,
তেওঁৰ সকলো পথ ন্যায়,
তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে;
তেওঁ ন্যায়বান আৰু সৎ।
4 তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত,
তেওঁৰ সকলো পথ ন্যায়,
তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে;
তেওঁ ন্যায়বান আৰু সৎ।