7 যিজন বার্তাবাহকে শুভবাৰ্ত্তা আনে,
যিজনে শান্তি প্ৰচাৰ কৰে, যিজনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যিজনে পৰিত্ৰাণ ঘোষণা কৰে,
যিজনে চিয়োনক কয়, "তোমালোকৰ ঈশ্বৰে ৰাজত্ব কৰিছে!" সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত কেনে সুন্দৰ!

+581 estão orando agora.
Junte-se à corrente de oração.