9 এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা;
‘হে আমাৰ স্বৰ্গত থকা পিতৃ,
তোমাৰ নাম পূজনীয় হওক;
10 তোমাৰ ৰাজ্য হওক;
যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক।
11 আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া।
12 আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।
13 আমাক পৰীক্ষালৈ নিনিবা,
কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা��’