2 এনেতে কেইজনমান লোকে বিচনাত পৰি থকা এজন পক্ষাঘাত9:2 পুৰণি বাইবেলত ‘জঠৰ ৰোগ’ বুলি উল্লেখ আছে৷ মূল শব্দ পেৰেলাইজ। ৰোগত আক্রান্ত অৱশ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। সেই লোক সকলৰ দৃঢ় আস্থা দেখি যীচুৱে ৰোগীজনক ক’লে, "বোপা, নিৰ্ভয় হোৱা; তোমাৰ সকলো পাপ ক্ষমা কৰা হ’ল।"
Publicidade
মথিয়ে লিখা শুভবাৰ্তা 9
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.