12 তোমালোকে নিজৰ কাৰণে ধাৰ্মিকতাৰ কঠীয়া সিচাঁ,
প্রেমৰ শস্য দোৱা,
পতিত ভূমি চহোৱা;
যিহোৱাক বিচাৰিবৰ সময় হৈছে।
যেতিয়া তোমালোকে তেনে কৰিবা, তেতিয়া যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্মিকতাৰূপ বৃষ্টি বৰষাব।