3 আহাঁ, আমি যিহোৱাক জানোহঁক,
তেওঁক জানিবলৈ ওচৰ চাপি যাওহঁক;
পুৱাৰ সূৰ্যোদয়ৰ দৰে তেওঁ নিশ্চয় প্রকাশিত হ’ব;
বৰষুণৰ দৰে তেওঁ আহিব,
বসন্তকালৰ ভূমি ভিজাই তোলা বৰষুণৰ দৰেই তেওঁ আহিব।"
3 আহাঁ, আমি যিহোৱাক জানোহঁক,
তেওঁক জানিবলৈ ওচৰ চাপি যাওহঁক;
পুৱাৰ সূৰ্যোদয়ৰ দৰে তেওঁ নিশ্চয় প্রকাশিত হ’ব;
বৰষুণৰ দৰে তেওঁ আহিব,
বসন্তকালৰ ভূমি ভিজাই তোলা বৰষুণৰ দৰেই তেওঁ আহিব।"
+581 estão orando agora.
Junte-se à corrente de oração.