55 "হে মৃত্যু, তোমাৰ জয় ক’ত?
হে মৃত্যু, তোমাৰ হুল ক’ত?"
56 মৃত্যুৰ হুল পাপ আৰু পাপৰ শক্তি বিধান�� 57 কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে।