11 "হে আমাৰ প্ৰভু, আমাৰ ঈশ্বৰ,
তুমিয়েই মহিমা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য;
কিয়নো তুমিয়েই সকলোকে স্ৰজিলা,
তোমাৰ ইচ্ছাৰ কাৰণে সকলোবোৰ আছে, আৰু সকলোবোৰ সৃষ্ট হ’ল।"