8 সকলোবোৰ বিষয়েই বিৰক্তিকৰ, তাৰ ব্যাখ্যা দিব পৰা মানুহৰ পক্ষে অসাধ্য।
চকুৱে যিমানেই দৰ্শন নকৰক, চকু তৃপ্ত নহয়;
কাণে যিমানেই শ্ৰৱণ নকৰক, কাণ তৃপ্ত নহয়।