11 তাৰ পাছত মই মোৰ হাতে যি যি কাৰ্য কৰিলে,
আৰু তাক কৰিবলৈ মই যি পৰিশ্ৰম কৰিলোঁ,
তাক চাই দেখিলোঁ যে, সেই সকলো অসাৰ;
কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়;
সূৰ্যৰ তলত একোতেই লাভ নাই।
11 তাৰ পাছত মই মোৰ হাতে যি যি কাৰ্য কৰিলে,
আৰু তাক কৰিবলৈ মই যি পৰিশ্ৰম কৰিলোঁ,
তাক চাই দেখিলোঁ যে, সেই সকলো অসাৰ;
কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়;
সূৰ্যৰ তলত একোতেই লাভ নাই।
+581 estão orando agora.
Junte-se à corrente de oração.