ধন-সম্পদ আৰু সন্মান অস্থায়ী
10 যি মানুহে ধন-ৰূপ ভাল পায়, তেওঁ কেতিয়াও ধন-ৰূপত তৃপ্ত নহয়;
যি মানুহে অধিক ধন-সম্পত্তি বিচাৰে,
তেওঁ আয়ত তৃপ্ত নহয়।
ইও অসাৰ।
10 যি মানুহে ধন-ৰূপ ভাল পায়, তেওঁ কেতিয়াও ধন-ৰূপত তৃপ্ত নহয়;
যি মানুহে অধিক ধন-সম্পত্তি বিচাৰে,
তেওঁ আয়ত তৃপ্ত নহয়।
ইও অসাৰ।